ৱেবছাইট ব্যৱহাৰৰ নিয়মাৱলী
আপুনি আমাক নিশ্চিত প্ৰদান কৰিছে যে আপুনি বয়সত ১৮ বা তাৰ ঊৰ্ধৰ এগৰাকী ব্যক্তি অথবা আপুনি আপোনাৰ কোনো অভিভাৱক অথবা আইনী প্ৰতিনিধিৰ তত্ত্বাৱধানত ৱেবছাইটটো পৰিদৰ্শন কৰি আছে।
এই চুক্তিৰ নিয়ম আৰু চর্তসমূহৰ আধাৰত, granthakatha.com আপোনাক সীমিত, বাতিলযোগ্য, অপৰিৱর্তনযোগ্য, আৰু সাধাৰণ অনুমতি প্ৰদান কৰে যাতে আপুনি কেৱল নিজৰ ব্যক্তিগত প্ৰয়োজনৰ বাবে ৱেবছাইটটো ব্যৱহাৰ কৰিব পাৰে। এই অনুমতি কোনো ধৰণৰ বাণিজ্যিক উদ্দেশ্য বা তৃতীয় পক্ষৰ ব্যৱহাৰৰ বাবে প্ৰদান কৰা নহয়। যদি আপুনি এই নিয়ম উলংঘা কৰে, তেন্তে এই অনুমতি তৎক্ষণাত বাতিল কৰা হ’ব।
উপৰোক্ত অনুমতি অবিহনে, আপুনি এই ৱেবছাইট বা ইয়াৰ কোনো অংশ বিতৰণ, প্ৰদৰ্শন, বিক্ৰী, ভাড়া, প্ৰেৰণ, সংশোধন, উলংঘন, বিনিৰ্মাণ, সংযোজন, বা অন্য কোনো ধৰণে ব্যৱহাৰ কৰিব নোৱাৰে, যদি granthakatha.com লিখিতভাৱে অনুমতি প্ৰদান নকৰে। লগতে, আপুনি ৱেবছাইটৰ তথ্য বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰে, যদি granthakatha.com পূৰ্বে অনুমতি প্ৰদান নকৰে। যিকোনো কাৰণত, যিকোনো সময়ত কোনো জাননী নিদিয়াকৈ granthakatha.com এ ইয়াৰ সেৱা প্ৰদান নাকচ কৰিবলৈ, একাউণ্ট বন্ধ কৰিবলৈ, আৰু অর্ডাৰ বাতিল কৰিৰ অধিকাৰ নিজৰ লগত ৰাখিছে, বিশেষকৈ যদি গ্ৰাহকৰ আচৰণে চুক্তি লংঘন কৰে বা granthakatha.com-ৰ স্বাৰ্থৰ ক্ষতি কৰে।
আপুনি এই ৱেবছাইটত কোনো তথ্য আপলোড, বিতৰণ, বা প্ৰকাশ কৰিব নোৱাৰে, যদি সেয়া— (a) কপিৰাইট, পেটেণ্ট, ট্ৰেডমাৰ্ক, বা অন্য কোনো স্বত্বাধিকাৰ লংঘন কৰে, (b) ভাবুকি দিয়া, অপমানজনক, অশ্লীল, অনৈতিক, বা বেআইনী হয়, (c) ভাইৰাছ, ট্ৰজান হ’ৰ্চ, বা অন্য কোনো ক্ষতিকাৰক কোড অন্তর্ভুক্ত কৰে।
granthakatha.com আপোনাক লগইন আৰু পাছৱৰ্ড প্ৰদান কৰিব যাতে আপুনি ৱেবছাইটৰ বিশেষ অংশসমূহ ব্যৱহাৰ কৰিব পাৰে। এই প্ৰৱেশ পদ্ধতি ব্যৱহাৰ কৰাৰ সময়ত, আপোনাক বৈধ ব্যৱহাৰকাৰী হিচাপে গণ্য কৰা হব। আপুনি আপোনাৰ প্ৰৱেশাধিকাৰ তথ্য সুৰক্ষিত ৰাখিবলৈ দায়বদ্ধ। কোনো অননুমোদিত ব্যৱহাৰ হলে, অনুগ্ৰহ কৰি granthakatha.com-ক তৎক্ষণাত জনাব।
সমীক্ষা আৰু মন্তব্য
আপুনি দাখিল কৰা যিকোনো ধৰণৰ মন্তব্য, পৰামৰ্শ, বা সমীক্ষা granthakatha.com-ৰ সম্পত্তি হৈ পৰিব। granthakatha.com সেই তথ্য সম্পাদনা, পুনৰুৎপাদন, বিতৰণ, সংশোধন, বিক্ৰী, বা প্ৰকাশ কৰিবলৈ অধিকাৰ প্ৰাপ্ত হয় । আপুনি নিশ্চিত কৰিব লাগে যে আপুনি দাখিল কৰা যিকোনো সমল কোনো তৃতীয় পক্ষৰ অধিকাৰ লংঘন নকৰে। আপুনি ভুৱা ইমেইল ঠিকনা ব্যৱহাৰ কৰিব নোৱাৰে বা আন কোনো ব্যক্তিৰ স্বৰূপ গ্ৰহণ কৰিব নোৱাৰে। granthakatha.com যিকোনো মন্তব্য বা প্ৰৱিষ্টি মচি পেলাবলৈ বা সম্পাদনা কৰিবলৈ অধিকাৰ প্ৰাপ্ত হয় ।
পৰিশোধ
আপুনি Credit Card, Debit Card, Internet Banking, আৰু UPI-ৰ জৰিয়তে মূল্য পৰিশোধ কৰিব পাৰে।
যদি আপোনাৰ অর্ডাৰ সম্পৰ্কে কোনো প্ৰশ্ন থাকে, অনুগ্ৰহ কৰি contact@granthakatha.com-ত ইমেইল কৰক বা (+91-8860294658) নম্বৰত কল কৰক।
ৱেবছাইটৰ জৰিয়তে অর্ডাৰ কৰা
ৱেবছাইটৰ জৰিয়তে যিকোনো অর্ডাৰ দিলে, সম্পূৰ্ণ মূল্য পৰিশোধ কৰাৰ পাছত গ্ৰাহকে ইমেইলযোগে প্ৰাপ্তি অধিকাৰ লাভ কৰিব।
ভুল সংশোধন
ৱেবছাইটত কোনো বানানৰ ভুল, তথ্যগত ভুল বা অসংগতি থাকিব পাৰে। granthakatha.com যিকোনো সময়ত এই ভুলসমূহ সমপৰীক্ষণ কৰি সংশোধন কৰিব পাৰে, কিন্তু ভুল সংশোধন হব বুলি নিশ্চিতি প্ৰদান নকৰে।